Class Test
Class: 9
Total Marks: 20
Time: 40 Minutes
40:00
Instructions:
- Answer all questions.
- Write neatly and clearly.
- Total Marks: 20
- Time Allowed: 40 Minutes
- ভূ-পৃষ্ঠৰ পৰিবৰ্তনৰ এটা বাহ্যিক কাৰকৰ নাম লিখা।
- নদীৰ খনন কাৰ্য কোনটো ভাগত অধিক?
- বদ্বীপ সাধাৰণতে ক’ত সৃষ্টি হয়?
- “বালিয়াড়ি” কি?
- অপঘৰ্ষণৰ ফলত সৃষ্টি হোৱা এটা অবয়বৰ নাম লিখা।
- হিমবাহ কি?
- আল্পছ হিমবাহ কোনখন মহাদেশত অৱস্থিত?
- চেন্নাইৰ বালিয়াটৰ নাম কি?
- ১৮৯৭ চনৰ ভূমিকম্পৰ ফলত অসমত কোনখন বিলৰ সৃষ্টি হৈছিল?
- ব্ৰহ্মপুত্ৰ নদীৰ ডাঙৰ উপনদীখনৰ নাম কি?
- ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটো কিমান চনত গঠন হৈছিল?
- NDA ৰ সম্পূৰ্ণ ৰূপটো লিখা।
- ভাৰতত প্ৰথম নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
- ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰথম অধিবেশনত সভাপতিত্ব কৰা ব্যক্তিজন কোন আছিল?
- মৰ্চা চৰকাৰ কাক বোলে?
- স্বৰাজ পাৰ্টি কিমান চনত গঠন হৈছিল?
- ভাৰতত প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল আৰু ইয়াৰ নেতাজন কোন আছিল?
- ভাৰতৰ প্ৰথমটো আঞ্চলিক দলৰ নাম লিখা।
- কাৰ নেতৃত্বত স্বৰাজ দল গঠন হৈছিল?
- ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত কোনটো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল?